Skip to main content
Radio Brahmaputra | Katha Brahmaputra

Radio Brahmaputra | Katha Brahmaputra

By Radio Brahmaputra | Katha Brahmaputra

Covering the stories from the grassroots in the format of Audio Feature, Audio Documentary, storytelling in various languages and dialects of Brahmaputra valley of Assam, North-East India in the range of issues health, education, agriculture, environment, culture etc.

Published by Katha Brahmaputra | Radio Brahmaputra 90.4 FM
Dibrugarh, Assam
Currently playing episode

Digital Gyan Ep1: Information and Information Neighborhood | তথ্য কি, ইয়াৰ ব্যাপ্তি বা ইয়াৰ পৰিসীমা কি, ইয়াৰ প্ৰভাৱ কি আৰু ক’ত শেষ হয়গৈ

Radio Brahmaputra | Katha Brahmaputra May 07, 2022

00:00
14:11
Digital Gyan Ep1: Information and Information Neighborhood | তথ্য কি, ইয়াৰ ব্যাপ্তি বা ইয়াৰ পৰিসীমা কি, ইয়াৰ প্ৰভাৱ কি আৰু ক’ত শেষ হয়গৈ

Digital Gyan Ep1: Information and Information Neighborhood | তথ্য কি, ইয়াৰ ব্যাপ্তি বা ইয়াৰ পৰিসীমা কি, ইয়াৰ প্ৰভাৱ কি আৰু ক’ত শেষ হয়গৈ

তথ্য বা Information হৈছে এটা খবৰ বা বাতৰি। তথ্যৰ দ্বাৰা আমি কোনো এটা বিশেষ পৰিবেশ বা পৰিস্থিতিৰ ওপৰত কিছুমান জ্ঞান বা নতুন খবৰ লাভ কৰিব পাৰো। আপোনাৰ বাবে ভাত, কাপোৰ আৰু বাসস্থান যেনেদৰে এক অতি প্ৰয়োনীয় সামগ্ৰী। ঠিক একেদৰে, তথ্যও আপোনাৰ বাবে এটা অতি প্ৰয়োজনীয় সামগ্ৰী। তথ্য বা খবৰৰ অবিহনে হয়তো কোনো এজন মানুহেই নিজৰ জীৱনটো কোনোধৰণৰ প্ৰতিবন্ধকতা নথকাকৈ আগবঢ়াই লৈ যাব নোৱাৰে। গতিকে, তথ্য আপোনাৰ বাবে অতিকে এটা প্ৰয়োজনীয় বস্তু। ইয়াৰ অবিহনে আপুনি নিজৰ জীৱন সুকলমে চলাই নিয়া অসম্ভৱ।

কিন্তু, সকলো তথ্য বা খবৰেই যে আপোনাক সুবিধা কৰি দিব তেনে নহয়। খবৰ বা তথ্যৰ দুটা দিশ আছে। শুদ্ধ তথ্য, যি আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰে আৰু ভুল তথ্য, যি আপোনাক জীৱনত বহু পিছলৈ লৈ যাব।

গতিকে জানো আহক-তথ্য কি, ইয়াৰ ব্যাপ্তি বা ইয়াৰ পৰিসীমা কি, ইয়াৰ প্ৰভাৱ কি আৰু ক’ত শেষ হয়গৈ।

(C) Radio Brahmaputra

May 07, 202214:11
আত্ম-কথা – ভটীয়াই যোৱাৰ জীৱন গাথা | নৱদ্বীপ মহিলা আত্ম সহায়ক গোট। টিয়ক হেমলাই মৰাণ গাঁও | ATMO KATHA | KATHA BRAHMAPUTRA | RADIO BRAHMAPUTRA

হেমলাই মৰাণ গাঁও। টিয়ক টাউনৰ পৰা প্ৰায় ১৪ কি.মি ভিতৰৰ এখন সুন্দৰ গাঁও। ৰাস্তাবোৰ শেহতীয়াকৈ পকা হৈছে। ঘৰে ঘৰে বিজুলী সংযোগও হৈছে। অৰ্থনৈতিক দিশৰ পৰা কিছু পিছ পৰা গাঁওখনৰ কিন্তু মহিলাসকল যথেষ্ট সক্ৰিয় আৰু আগৰণোৱা।

হেমলাই মৰাণ গাঁওৰ নৱদ্বীপ আত্ম সহায়ক গোট। 14 গৰাকী মহিলা সদস্যৰ এটা আত্ম সহায়ক গোট। বিনু গগৈ, ৰূপালী গগৈৰ দৰে 45-65 বছৰ বয়সীয়াল মহিলাৰ এটা গোট বা এটা টীম। আজিৰ পৰা প্ৰায় 19 বছৰৰ পূৰ্বে স্থাপন কৰা এই গোটটোত মহিলাসকলে ধান ৰোৱা,ধান দোৱা, বোৱা-কটা, গাহৰি, কুকুৰা, ছাগলী পালন, পিঠা-পনা বনাই বজাৰত বিক্ৰী কৰালৈকে গাঁওখনৰ বিভিন্ন অৰ্থনৈতিক কাম-কাজবিলাকত তেঁওলোকে ভাগ লয়।

কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত আত্ম কথাৰ আজিৰ খন্ডত, এটা মহিলা আত্ম সহায়ক গোটে গ্ৰাম্য অৰ্থনীতিলৈ কেনেদৰে পৰিবৰ্তন আনিব পাৰে বা মহিলাসকলক আৰ্থিক আৰু সামাজিকভাৱে কেনেদৰে স্বাৱলম্বী কৰি তুলিব পাৰে। তাৰেই উদাহৰণ দাঙি ধৰি আপোনাক জনাব বিচাৰিছো টিয়ক হেমলাই মৰাণ গাঁওৰ নৱদ্বীপ মহিলা আত্ম সহায়ক গোটৰ সদস্যাসকলৰ কৰ্মবলৰ কথা।

Feb 01, 202215:23
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Dhrubajyoti Bhuyan on a ideal Life, Dept. of Psychiatry, AMCH by Katha Brahmaputra

চিগমণ্ড ফ্ৰয়েডৰ মতে যেতিয়া এজন মানুহৰ বৃদ্ধি আৰু বিকাশ সম্পূৰ্ণৰূপে হয়, তেতিয়া তেঁও দুটা কাম কৰিব পাৰিব লাগে। এটা কাম আৰু এটা প্ৰেম। যাক Work Life Balance বুলি বুজিব পাৰি।

এতিয়া এজন সাধাৰণ মানুহৰ এটা Ideal Life কি হ’ব পাৰে। আপোনাক জনাইছে-অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: ধ্ৰুৱজ্যোতি ভুঞাই হেপ্পী আৱাৰৰ আজিৰ খণ্ডত।

Jan 26, 202209:12
Bingol Bajilo_Sadri (tea community dialect) Ep-I; Session-II _ Use and misuses of Mobile Phone among the children and teen in the tea garden areas by Radio Brahmaputra & Katha Brahmaputra

ম’বাইলৰ ব্যৱহাৰ আৰু ইয়াৰ অপব্যৱহাৰ

ম’বাইল ফোনে বিগত ১৫ বছৰত মানুহৰ জীৱনকলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ম’বাইল ফোনৰ জৰিয়তে দূৰ-দূৰণিলৈ থকা লোকৰ সৈতে যোগাযোগ কৰা, বিভিন্ন ধৰণৰ বা-বাতৰি, অডিঅ’-ভিডিঅ’ সমল তাত্ক্ষণিকভাৱে লাভ কৰাৰ লগতে, অন্যান্য সুবিধাসমূহে ম’বাইল ফোনৰ ব্যৱহাৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

ইয়াৰ ব্যৱহাৰে যেনেদৰে মানুহক কাষ চপাই আনিছে। ঠিক একেদৰে ইয়াৰ অপব্যৱহাৰেও মানুহৰ মাজলৈ জটিলতা নমাই আনিছে। ক’ভিড-19 মহামাৰীৰ লগে লগে আৰম্ভ হোৱা ল’কডাউন আৰু বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ লগে লগে অনলাইন শিক্ষা ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰে। সমাজৰ প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ম’বাইল অতি অত্যাবশ্যকীয় বস্তু হিচাপে পৰিগণিত হয়।

ম’বাইলৰ ব্যৱহাৰৰ বিষয়ে সঠিক জ্ঞান নথকাকৈয়ে বহু ছাত্ৰ-ছাত্ৰী ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈ পৰে। বিভিন্নজন ছাত্ৰ-ছাত্ৰীয়ে যদি ইয়াক সদ ব্যৱহাৰ কৰি আহিছে, অন্য কিছুৱে কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নকৰি, বিভিন্ন গেইম, ভিডিঅ’ আৰু ছ’ছিয়েল মিডীয়াৰ ব্যৱহাৰৰ বাবে ম’বাইলটো ব্যৱহাৰ কৰি আহিছে। ইয়াৰ লগে লগে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীলৈকে বিভিন্ন ধৰণৰ বদ অভ্যাসৰ বসবৰ্তী হৈছে।

ম’বাইলৰ ব্যৱহাৰে কেনেদৰে চাহ-বাগিচা অঞ্চলৰ কিছু ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিছে। ইয়াৰ ভিত্তিতে ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ সামুদায়িক প্ৰতিবেদক ৰুমী নায়কৰ দ্বাৰা চাহ-বাগিচাৰ চাদ্ৰী ভাষাত প্ৰস্তুত কৰা আমাৰ শেহতীয়া প’ডকাষ্ট বিঙ্গল বাজিল। এই অনুষ্ঠানত অসম চিকিত্সা মহাবিদ্যলয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: ধ্ৰুৱজ্যোতি ভুঞাৰ ম’বাইল ব্যৱহাৰৰ ওপৰত মতামত শুনাৰ লগতে চাহ-বাগিচা অঞ্চলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ লগতে অভিভাৱকৰ ম’বাইল ব্যৱহাৰৰ ওপৰত মতামত আপোনালৈ আগবঢ়াইছো।

Jan 21, 202230:00
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Dhrubajyoti Bodo, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Depression

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: ধ্ৰুৱজ্যোতি বড়োৱে, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202110:56
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Eve teasing

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: সবিতা দিহিঙ্গীয়াই, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202106:14
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor & Dr. Dhrubjyoti Boro, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Health & Illness

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: সবিতা দিহিঙ্গীয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: ধ্ৰুৱজ্যোতি বড়োৱে, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202112:35
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor & Dr. Birina Borgohain, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Health, Kids & Youth | Part-2

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: সবিতা দিহিঙ্গীয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: বিৰিণা বৰগোঁহাইয়ে, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202112:38
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor & Dr. Birina Borgohain, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor & Dr. Birina Borgohain, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Health, Kids & Youth | Part-1

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: সবিতা দিহিঙ্গীয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: বিৰিণা বৰগোঁহাইয়ে, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202113:41
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia & Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Illness & Treatments methods

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত, ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডা: সবিতা দিহিঙ্গীয়া আৰু ডা: ধ্ৰুবজ্যোতি ভূঞাই, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202113:08
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Birina Borgohain & Dr. Dhrubajit Bodo, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Illness & Treatments

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত,ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে, অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: বিৰিণা বৰগোঁহাই আৰু ডা: ধ্ৰুবজ্যোতি বড়োৱে, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202112:32
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia, Associate Professor, Dr. Ragini Shinghania, PG Doctor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Misconception on Mental Illness

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত,ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে,অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপিকা ডা: সবিতা দিহিঙ্গিয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষণৰত চিকিত্সক ডা: ৰাগিনী সিংহানীয়া, আজিৰ হেপ্পী আৱাৰত।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202115:51
ডিজিটেল জ্ঞান । Digital Gyan | All about Internet | ইণ্টাৰনেট, ইণ্টাৰনেটৰ মৌলিক প্ৰযুক্তি, ইণ্টাৰনেটৰ ব্যৱহাৰ | ইণ্টাৰনেটত কৰিব আৰু নকৰিব by Radio Brahmaputra & Katha Brahmaputra | Ep 1

ইণ্টাৰনেট কি, কিয় আমাৰ বাবে ইণ্টাৰনেট, কেনেদৰে আমি ইণ্টাৰনেটৰ যোগেদি এই ডিজিটেল পৃথিবীখনত সুৰক্ষিতভাৱে থাকিব পাৰো,কেনেদৰে আমি নিজকে ডিজিটেল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰো। তাকলৈ ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ এক নতুন শৃংখলা, ডিজিটেল জ্ঞান।

আজি প্ৰথমবাৰৰ বাবে অনুৰাধাহঁতৰ কম্পিউটাৰৰ ক্লাচ আৰম্ভ হ’ব। বিজ্ঞানৰ ক্লাচটো শেষ হোৱাৰ পিছতে সকলো হুৰমুৰকৈ গৈ কম্পিউটাৰৰ লেবত সোমালগৈ। বহিবলৈ ঠাই নাই। কেইজনীমান ছোৱালী মাটিতে বহিলে।অনুৰাধা সকলোতকৈ আগত।সকলোৰে বুকুখন ধিপধিপ কৰিছে।

কম্পিউটাৰৰ বাইদেউৱে আহিয়ে – প্ৰথমে সকলোকে কম্পিউটাৰৰ বিষয়ে বুজাই দিলে। কম্পিউটাৰ কি,কোনে আবিষ্কাৰ কৰিছিল,ইয়াক কি কি কামত ব্যৱহাৰ কৰিব পাৰি,কম্পিউটাৰ এটাৰ বিভিন্ন অংশবিলাক কি কি ইত্যাদি ইত্যাদি। ইয়াৰ পিছতে অনুৰাধাহঁতে ইণ্টাৰনেটৰ বিষয়ে শিকিলে। কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সম্পৰ্কৰ কথা জানিলে।মেইল, চাৰ্চ ইঞ্জিন,ই-মাৰ্কেটিং,ইণ্টাৰনেটৰ পৃথিবীখনৰ প্ৰায় সৰুবৰ কথাবিলাক অনুৰাধাই কম দিনৰ ভিতৰতে শিকি পেলালে।

Dec 22, 202116:20
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia & Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Sabita Dihingia & Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health | Mental Illness, Myths and Misconceptions

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত,ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

মানসিক স্বাস্থ্য বুলি ক’লে আপোনাৰ ধাৰণা কি? ই এক গুৰুত্ব দিব লগা বিষয় নে? মানসিক ৰোগী বুলি ক’লে আপোনাৰ মনলৈ কেনে এক ছবি ভাঁহি আহে? আপুনি হয়তো এনেধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ জানিব বিচাৰে?

আমাৰ সমাজত মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু ৰোগীকলৈ বিভিন্ন ধাৰণা জড়িত হৈ আছে। কিন্তু, এই ধাৰণাসমূহৰ ভিতৰত কোনটো সঁচা, কোনটো মিচা।

মানসিক স্বাস্থ্যৰ সৈতে জড়িত এনে কিছুমান আপুনি গুৰুত্ব দিব লগা প্ৰশ্নৰ উত্তৰ আপোনাক জনাইছে,অসম চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপিকা ডা: সবিতা দিহিঙ্গিয়া আৰু ডা: ধ্ৰুৱজ্যোতি ভূঞাই, আজিৰ হেপ্পী আৱাৰত।

ধানটোৱে প্ৰতি কণটো আৰু মানুহটোৱে প্ৰতি মনটো। মন আৰু শৰীৰ, প্ৰকৃততে কি? মনে শৰীৰক নিয়ন্ত্ৰণ কৰে নে – শৰীৰে মনক নিয়ন্ত্ৰণ কৰে।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 22, 202115:21
হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ । Happy Hour | All about Mental Health with Dr. Dhrubajyoti Bhuyan, Associate Professor, Dept. of Psychiatry, AMCH by Katha Brahmaputra

হেপ্পী আৱাৰ, কথা ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰস্তুত,ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত মানসিক স্বাস্থ্য বিষয়ক অনুষ্ঠান।

ধানটোৱে প্ৰতি কণটো আৰু মানুহটোৱে প্ৰতি মনটো। মন আৰু শৰীৰ, প্ৰকৃততে কি? মনে শৰীৰক নিয়ন্ত্ৰণ কৰে নে – শৰীৰে মনক নিয়ন্ত্ৰণ কৰে।

আপুনি আপোনাৰ মানসিক স্বাস্থ্যক কেনেদৰে সুস্থ আৰু সৱল কৰি ৰাখিব। কেনেদৰে আপুনি নিজকে এজন সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিব। তেনে কিছু কথাৰে আজিৰ হেপ্পী আৱাৰ।

কথা ব্ৰহ্মপুত্ৰৰ এক নিৱেদন

Dec 21, 202109:47